Bikramor Chanaka | Bikram Singh Chetri, Arunava Dey | Assamese | Fiction | Short Stories

 250.00

এই গ্ৰন্থখনৰ কাহিনী সম্পূৰ্ণৰূপে কাল্পনিক। লেখকে নিজৰ কল্পনাৰে যিকোনো নাম, চৰিত্ৰ, স্থান, ঘটনা সৃষ্টি কৰিছে। এই কাল্পনিক গ্ৰন্থখনত ব্যবহাৰ হোৱা নাম, চৰিত্ৰ, স্থান আদি জীৱিত বা মৃত ব্যক্তি, প্ৰকৃত ঘটনাৰ সৈতে সাদৃশ্য থকাটো একপ্ৰকাৰৰ কাকতালীয় সংযোগ। ইয়াৰ উপৰিও হাইজেক ( ফ্লাইট নং 6W 512) শীৰ্ষক কাহিনীটো হৈছে U.Sৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্পৰ টুইটৰ ওপৰত আধাৰিত এক কাল্পনিক কাহিনী(১১নৱেম্বৰ ২০১৭ ত ৪:৪৮ বজাত টুইট কৰা হৈছিল)। এই গ্ৰন্থখন লিখোঁতে হ’ব পৰা ক্ৰূটি সমূহ মাৰ্জনা কৰি পাঠকে গ্ৰন্থখন আদৰি লয় যেন।

Description

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰা দিনৰ পৰাই মই আন্তঃৰাষ্ট্ৰীয় আলোচনীৰ বাবে কাৰিকৰী গৱেষণা পত্ৰ লিখি আহিছোঁ।২০২২ চনত জনপ্ৰিয় টিভি চেনেল ‘ৰেঙনি’ৰ ৰিয়েলিটী শ্ব’ ‘স্বয়ম্বৰ’ ত মই বিজয়ী হ’বলৈ সক্ষম হৈছিলোঁ। বিজয়ৰ পিছত এই কাল্পনিক শ্ৰেষ্ঠ কীৰ্তি খন লিখিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিলো। অনুষ্ঠানটোৰ পিছত মই বহুতো প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিলোঁ। কিন্তু এই গ্ৰন্থখন লিখাটো মোৰ জীৱনৰ বাবে মহৌষধ স্বৰূপে প্ৰমাণিত হৈছে। মোৰ ভগ্নী, বন্ধু,শুভাকাংশী সকলৰ পৰা লাভ কৰা সমৰ্থনৰ বাবে তেওঁলোকৰ ওচৰত সদায়েই কৃতজ্ঞ হৈ ৰ’ম।——Bikram Singh Chetry

কাল্পনিক আখ্যান ৰচনা কৰাটো মোৰ বাবে অতি আনন্দৰ বিষয়। মই কাল্পনিক আৰু অ-কাল্পনিক দুয়োটা কাহিনী লিখি মই আনন্দ উপভোগ কৰোঁ।—— Arunava Dey

Oyuncular, Aviator oyununu oynarken, ne kadar cesur olurlarsa, o kadar büyük ödüller kazanma fırsatı yakalayabilirler.

Additional information

Weight 0.192 kg
Dimensions 21.59 × 13.97 × 0.85 cm
book-type

Perfect Binding

Number Of Pages

144